Introduction:
Augustinp.de
Candollea য়ে Theories elementaire
de la botanique নামৰ গ্রন্থখনত সর্বপ্রথম টেক্সনমি (taxonomy) শব্দটো ব্যবহাব কবে এই শব্দটো গ্রীক শব্দ (taxis) আৰু ‘নমাছ’(nomos)ৰ পৰা সৃষ্টি হছে Taxis শব্দটোব অর্থ হ'ল বিন্যাস(arrangement) আৰু 'nomos' শব্দটোব অর্থ হ'ল বিধি বা নিয়ম অর্থাৎ আক্ষৰিক অর্থত কোনা বস্তু (জড় বা জীব) বিধি বা নিয়ম মানি বিন্যাস কৰা পদ্ধতিক টেক্সনমি বোলে ।
Defintion of Texonomy( টেক্সনমিৰ সংজ্ঞা)
(জীৱবিজ্ঞানৰ যি শাখাত জীবৰ চিনাক্তকৰণ, নামকৰণ আৰু বৰ্গীকৰণ পদ্ধতি আলোচনা কৰা হয় তাক টেক্সনমি বোলে,গতিকে টেক্সনমিৰ প্রধান বিষয়বস্তু ব্যব হল জীবন চিনাক্তকৰণ (identification), নামকৰণ (nomenclature) আৰু বর্গীকৰন (classification)।
চিনাক্তকৰণ (IDENTIFICATION) :
বিশেষ বৈশিষ্ট্যৰ
সহায়ত কোনা নির্দিষ্ট জীৱক
অন্যান্য জীৱৰ
পৰা চিনাক্ত
কবা বা
পৃথক কৰা
পদ্ধতিক চিনাক্তকৰণ
বোলে। নিৰ্ভৰযোগ্য
আৰু প্রামাণিক
কোনা পুথিপত্ৰৰ
বর্ণনা অথবা
সংগ্ৰহালয়ৰ পূর্বে
সংগ্ৰহ কৰা
নমুনা জীৱ
(type specimen)ৰ লগত তুলনা
কৰি নতুনকৈ
সংগ্রহ কৰা
জীৱৰ চিনাক্তকৰণ
কৰা হয়।
কোনা উদ্ভিদ
বা প্রাণীৰ
সঠিক বর্ণনা
কৰা আৰু
বৰ্ণনাৰ ভিত্তিত
চিনাক্ত কৰাই
হ’ল
টেক্সনমিৰ প্ৰথম
উদ্দেশ্য। কোনা উদ্ভিদ বা
।প্রাণীৰ সঠিক
বর্ণনা কৰা
আৰু বৰ্ণনাৰ
ভিত্তিত চিনাক্ত
কৰাই হ’ল টেন 'মিৰ প্ৰথম উদ্দেশ্য।
Carolus Linnaeus প্রভৃতি বিজ্ঞানীসকলে
সর্বপ্রথমে জীৱৰ
বনি আৰু
চিনাক্তকৰণৰ ওপৰ ওপৰত যথেষ্ট গুরুত্ব দিছিল ।
নামাকৰণ (NOMENCLATURE):
চিনাক্তকৰণৰ পিচত
টেক্সনমিৰ দ্বিতীয়
কামটো হ'ল জীৱটোৰ এটা
নাম দিয়া
অর্থাৎ নামকক।
উদ্ভিদ আৰু
প্রাণী বাস
কৰে। এইবিলাক
উদ্ভিদ আৰু
প্রাণীক পৰম্পৰৰ
পৰা পৃথক
কৰাৰ বাবে
বিশেষ। একে
প্রাণী বা
উদ্ভিদ বিভিন্ন
প্রদেশ, আনকি একে
প্রদেশৰ বিভিন্ন
অঞ্চলত এক
বা একাধিক
নামেৰে পৰিচিত । গতিকে প্রতোক জীৱৰে একোটা নির্দিষ্ট বিজ্ঞানসম্মত
নাম দিয়া প্ৰয়োজন যাৰ দাৰা সেই নির্দিষ্ট
জীৱটোক চিনাক্ত কৰিব পাবি। ছুইভিছ বিজ্ঞানী কেবলাছ লিনিয়াস 1753 খৃঃত জীৱৰ দ্বিপদ
নামকরণ (binomial nomenclature) আৰম্ভ কৰে। তেওঁৰ মতে প্রতিটো জীবন বৈজ্ঞানিক নাম দুটা
পদব সমন্বয়ত গঠিত। ইয়াৰ প্রথম পদটো জীবব গণ (genus) আকু দ্বিতীয় পদটো প্রজাতি
(species) গণ্য কৰা হয়, যেনে মানুহ দ্বিপদ নামকরণ হল হম' ছেপিয়েছ (Homo sapiens)।
ইয়াত হ ম হল গণ আৰু ছেপিয়েছ হল প্রজাতি। (দ্বিপদ নামকৰণৰ বিষয়ে পিছত সবিশেষ আলোচনা
ক ৰা
হৈছে।) গতিকে যি পদ্ধতিৰে চিনাক্তকৃত জীবব নির্ভুল বৈজ্ঞানিক নাম নির্ণয় কৰা হয় তাক
জীবন নামাকৰণ বোলে ।
বর্গীকৰণ
বা শ্রেণীবিভাজন (CLASSIFICATION)
জীৱৰ চিনাক্তকৰণ
আৰু নামকৰণ হোৱাৰ পিছত সেইবিলাকক বিশেষ গাষ্ঠীত অন্তর্ভুক্ত কবা হয়। পাবস্পবিক সম্বন্ধৰ
কথা বিবেচনা কবি নির্দিষ্ট কোনা নীতি মানি জীৱ সমূহক গোষ্ঠীভুক্ত কবা বা কোনা গোষ্ঠীৰ
জীৱক ক্ষুদ্রতম গোষ্ঠীত অন্তর্ভুক্ত কৰাকে বর্গীকবণ বোলে । বর্গীকৰণ এনেকুরা এটা পদ্ধতি
যাৰ দ্বাৰা বিভিন্ন জীৱৰ মাজত থকা পাবস্পবিক পার্থক্যতকৈ পাবস্পবিক সাদৃশ্য ওপর্বত অধিক গুরুত্ব অধিক গুৰুত্ব আৰােপ কৰি গােষ্ঠীভুক্ত
কৰা হয়।
জীৱৰ বিভিন্নতা
আৰু বর্গীকৰণৰ প্ৰয়োজনীয়তা (BIODIVERSITY AND NEED FOR CLASSIFICATION)
পৃথিৱীৰখন অসংখ্য
বিভিন্নধৰণৰ উদ্ভিদ
আৰু প্রাণীৰ
বাসভূমি। ইয়াত জীৱৰ সংখ্যা
শুদ্ধকৈ নিদ্দ্ধাৰণ
কৰাটো এক ক্টকৰ
জটিল কাম।
প্রায় 5-10 মিলিয়ন (1 মিলিয়ন = 10 লাখ) জীৱ বর্তমান
পৃথিবীত পোৱা
যায়। কিছুমানব
মতে ইয়াৰ সংখ্যা
প্ৰায় 30 মিলিয়ন (million)। এতিয়ালৈ 20 লাখতকৈ কম সংখ্যক
জীৱৰ চিনাক্তকৰণ
আৰু বর্ণনা
কৰা হৈছে।
এই চিনাক্তকৃত জীৱসমূহৰ
ভিতৰত আছে
300000 সেউজীয়া উদ্ভিদ
আৰু ভেঁকুৰ
প্রৰজাতি; ৪00000 পতংগ
ৰ প্রজাতি; 23,000 মৎস্য প্রজাতি
3,000 উভচৰ প্রজাতি 6700 সৰীসৃপ প্রজাতি
৪700 পক্ষীব প্রজাতি;
4100 স্তন্যপায়ীৰ প্রজাতি
আৰু কেইহেজাৰ মান অণুজীবৰ
প্রজাতি। তাৰোপৰি, প্রতি বছৰ
নতুন নতুন
প্রজাতিৰ আবিষ্কাৰ হোৱাৰ
ফলত জীবৰ সংখ্যা বাঢ়ি
গৈ আছে। এই
প্রজাতিসমূহৰ মাজত আকাৰ,
আকৃতি, প্রকৃতি, জীবন-প্রণালী
আদিৰ ক্ষেত্রত
বিভিন্নতা দেখা
যায়। বিভিন্ন
পৰিবেশতবাস কৰাৰ
উপৰিও এইবিলাক ৰ
জৈবিক গঠন,
শৰীৰ বৃত্তীয়
কার্য, খাদ্যগ্রহণ প্রক্রিয়া
আৰু বাসস্থান
একে নহয়।
আণুবীক্ষণিক জীৱৰে
পৰা বিশালদেহী
জীবলৈকে বিভিন্নধবণৰ
জীব দেখা
যায়। এই
বিপুল সংখ্যক
বিভিন্নধবণৰ জীবসমূহৰ
মাজৰ পৰা কোনো এটা
জীৱৰ বৈশিষ্ট্য,
ইয়াৰ লগত
আন জীবৰ
পাৰস্পৰক সম্বন্ধ
আৰু ক্রমবিকাশ
সহজে জনাটো
এক প্রকাব
অসম্ভব কাম।
গতিকে,ইয়াক
জানিবলৈ হলে
এই জীবসমূহক
কিছুমান গোট
আৰু উপগোট
ত ভাগ
কৰাটো প্রয়াজনীয়
অর্থাৎ জীববিলাকৰ র্গীকৰণ অতি প্রয়োজন
নিয়ে জীব
সমূহৰ অধ্যয়ন
কৰাত সহায়
কৰে।
Tags
BIOLOGY(জীৱবিজ্ঞান)